"ম’বাইল ডেটা" "ফ\'ন সেৱা" "জৰুৰীকালীন ডায়েলাৰ" "ফ’ন" "FDN তালিকা" "অজ্ঞাত" "ব্যক্তিগত নম্বৰ" "পে\'ফ\'ন" "হ\'ল্ডত আছে" "%s বাৰ্তা" "বাহকৰ বাৰ্তা" "MMI ক\'ড আৰম্ভ কৰা হ’ল" "USSD ক\'ড চলি আছে…" "MMI ক\'ড বাতিল কৰা হ’ল" "বাতিল কৰক" "USSD বাৰ্তাটো %1$d আৰু %2$d সংখ্যক বৰ্ণৰ ভিতৰত হ\'ব লাগিব। অনুগ্ৰহ কৰি আকৌ চেষ্টা কৰক।" "কনফাৰেঞ্চ কল পৰিচালনা কৰক" "ঠিক" "স্পীকাৰ" "হেণ্ডছেট ইয়েৰপিচ" "তাঁৰযুক্ত হেডছেট" "ব্লুটুথ" "নিম্নোক্ত ট\'নকেইটা প্ৰেৰণ কৰেনে?\n" "ট\'ন প্ৰেৰণ কৰি থকা হৈছে\n" "পঠিয়াওক" "হয়" "নহয়" "এইসমূহৰ দ্বাৰা ৱাইল্ড কেৰেক্টাৰ সলনি কৰক" "ভইচমেইল নম্বৰ নাই" "ছিম কাৰ্ডত কোনো ভইচমেইল নম্বৰ সঞ্চিত কৰি থোৱা হোৱা নাই।" "নম্বৰ যোগ কৰক" "ভইচমেইল ছেটিংসমূহ কেৱল মুখ্য ব্যৱহাৰকাৰীয়ে হে সংশোধন কৰিব পাৰে।" "আপোনাৰ ছিম কাৰ্ডখন অৱৰোধৰ পৰা আঁতৰোৱা হ’ল। আপোনাৰ ফ\'নটো আনলক কৰি থকা হৈছে…" "ছিম নেটৱৰ্ক আনলক পিন" "অপাৰেটৰৰ বাবে ছিম লক কৰা হৈছে" "আনলক" "অগ্ৰাহ্য কৰক" "নেটৱৰ্ক আনলক কৰিবলৈ অনুৰোধ কৰি থকা হৈছে…" "নেটৱৰ্ক আনলক অনুৰোধ বিফল হৈছে।" "নেটৱৰ্ক আনলক অনুৰোধ সফল হৈছে।" "এই ব্যৱহাৰকাৰীৰ বাবে ম’বাইল নেটৱৰ্ক ছেটিংসমূহ উপলব্ধ নহয়" "GSM কল ছেটিংসমূহ" "GSM কল ছেটিংসমূহ (%s)" "CDMA কল ছেটিংসমূহ" "CDMA কল ছেটিংসমূহ (%s)" "একচেছ পইণ্টৰ নামসমূহ" "নেটৱৰ্ক ছেটিংসমূহ" "কলিং একাউণ্ট" "ইয়াৰ জৰিয়তে কল কৰক" "ইয়াৰ জৰিয়তে SIP কল কৰক" "প্ৰথমে সুধক" "কোনো নেটৱৰ্ক উপলব্ধ নহয়" "ছেটিংসমূহ" "একাউণ্ট বাছক" "ফ\'ন একাউণ্টসমূহ" "SIP একাউণ্ট যোগ কৰক" "একাউণ্ট ছেটিংসমূহ কনফিগাৰ কৰক" "সকলো কলিং একাউণ্ট" "কোন কোনটো একাউণ্টে ফন কৰিব পাৰে বাছক" "ৱাই-ফাই কলিং" "বিল্ট-ইন সংযোগ সেৱা" "ভইচমেইল" "ভইচমেইল (%s)" "VM:" "কল কৰক আৰু কল গ্ৰহণ কৰক" "স্মার্ট ফৰৱার্ডিঙৰ সুবিধা" "এটা নম্বৰ পাব পৰা অৱস্থাত নাথাকিলে, সদায় আপোনাৰ আনটো নম্বৰলৈ কলসমূহ ফৰৱার্ড কৰক" "জাননীসমূহ" "জৰুৰীকালীন সম্প্ৰচাৰসমূহ" "কল ছেটিংসমূহ" "অতিৰিক্ত ছেটিংসমূহ" "অতিৰিক্ত ছেটিংসমূহ (%s)" "অতিৰিক্ত কেৱল GSM মাত্ৰ কল ছেটিংসমূহ" "অতিৰিক্ত CDMA কল ছেটিংসমূহ" "অতিৰিক্ত কেৱল CDMA মাত্ৰ কল ছেটিংসমূহ" "নেটৱৰ্ক সেৱা ছেটিংসমূহ" "কলাৰ আইডি" "ছেটিংসমূহ ল’ড কৰি থকা হৈছে…" "বহিৰ্গামী কলত নম্বৰ গুপ্ত হৈ থাকে" "বহিৰ্গামী কলত নম্বৰ দেখুওৱা হয়" "বহিৰ্গামী কলত মোৰ নম্বৰটো দেখুওৱাবলৈ ডিফ\'ল্ট অপাৰেটৰ ছেটিংসমূহ ব্যৱহাৰ কৰক" "কল অপেক্ষাৰত" "মোক কল চলি থাকোঁতে অন্তৰ্গামী কলৰ জাননী দিয়ক" "মোক কল চলি থাকোঁতে অন্তৰ্গামী কলৰ জাননী দিয়ক" "কল ফৰৱাৰ্ডিং ছেটিংসমূহ" "কল ফৰৱাৰ্ডিং ছেটিংসমূহ (%s)" "কল ফৰৱাৰ্ডিং" "সদায় ফৰৱাৰ্ড কৰক" "এই নম্বৰটো সদায় ব্যৱহাৰ কৰক" "সকলো কল ফৰৱাৰ্ড কৰা হৈছে" "সকলো কল {0}লৈ ফৰৱাৰ্ড কৰা হৈছে" "নম্বৰ উপলব্ধ নহয়" "অফ" "ব্যস্ত হৈ থাকোঁতে" "ব্যস্ত হৈ থাকোঁতে নম্বৰ" "{0}লৈ ফৰৱাৰ্ড কৰা হৈছে" "অফ" "আপোনাৰ অপাৰেটৰে আপোনাৰ ফ\'নটো ব্যস্ত হৈ থাকোতে কল ফৰৱাৰ্ডিং অক্ষম কৰাৰ সুবিধা নিদিয়ে।" "উত্তৰ নিদিয়া অৱস্থাত" "উত্তৰ নিদিয়াৰ সময়ত নম্বৰ" "{0}লৈ ফৰৱাৰ্ড কৰা হৈছে" "অফ" "আপোনাৰ অপাৰেটৰে আপোনাৰ ফ\'নটোৰ উত্তৰ নিদিয়া অৱস্থাত কল ফৰৱাৰ্ডিং অক্ষম কৰাৰ সুবিধা নিদিয়ে।" "সংযোগ সীমাৰ পৰা বাহিৰত থাকোঁতে" "সংযোগ সীমাৰ পৰা বাহিৰত থাকোঁতে নম্বৰ" "{0}লৈ ফৰৱাৰ্ড কৰা হৈছে" "অফ" "আপোনাৰ অপাৰেটৰে আপোনাৰ ফ\'নটো সংযোগ সীমাৰ পৰা বাহিৰত থাকোতে কল ফৰৱাৰ্ডিং অক্ষম কৰাৰ সুবিধা নিদিয়ে।" "আপোনাৰ বাহকে কল ফৰৱাৰ্ডিং সমৰ্থন নকৰে।" "কল অপেক্ষাৰত সুবিধাটো অন কৰিবনে?" "এটা কল চলি থাকোঁতে আপোনাক অন্তৰ্গামী কলসমূহৰ বিষয়ে জনোৱা হ\'ব" "অন কৰক" "বাতিল কৰক" "IMSত CDMA কল অপেক্ষাৰত সুবিধাটো অন আছে" "IMSত CDMA কল অপেক্ষাৰত সুবিধাটো অফ আছে" "কল ছেটিংসমূহ" "কেৱল প্ৰশাসকে কল ছেটিংসমূহ সলনি কৰিব পাৰে।" "ছেটিংসমূহ (%s)" "কল ছেটিংসমূহত আসোঁৱাহ" "ছেটিংসমূহ পঢ়ি থকা হৈছে…" "ছেটিংসমূহ আপডে’ট কৰি থকা হৈছে…" "ছেটিংসমূহ পূৰ্বৰ অৱস্থালৈ নিয়া হৈছে…" "নেটৱৰ্কৰ পৰা অনাকাংক্ষিত উত্তৰ পোৱা গৈছে।" "নেটৱৰ্ক বা ছিম কাৰ্ডৰ আসোঁৱাহ।" "SS অনুৰোধ নিয়মীয়া কললৈ সলনি কৰা হ’ল" "SS অনুৰোধ USSD অনুৰোধলৈ সলনি কৰা হ’ল" "নতুন SS অনুৰোধলৈ সলনি কৰা হ’ল" "SS অনুৰোধ ভিডিঅ\' কললৈ সলনি কৰা হ’ল" "আপোনাৰ ফ\'ন এপটোৰ ফিক্সড্ ডায়েলিং নম্বৰ ছেটিঙটো অন কৰি থোৱা আছে। ফলস্বৰূপে, কল সম্পৰ্কীয় কিছুমান সুবিধাই কাম কৰা নাই।" "এই ছেটিংসমূহ চোৱাৰ আগতে ৰেডিঅ\' অন কৰক।" "ঠিক" "অন কৰক" "অফ কৰক" "আপডে’ট" "নেটৱৰ্ক ডিফ\'ল্ট" "নম্বৰ লুকুৱাওক" "নম্বৰ দেখুৱাওক" "ভইচমেইলৰ নম্বৰটো সলনি কৰা হ’ল।" "ভইচমেইলৰ নম্বৰটো সলনি কৰিব পৰা নগ\'ল।\nযদিহে সমস্যাটো সমাধান নহয়, তেন্তে আপোনাৰ বাহকৰ সৈতে যোগাযোগ কৰক।" "ফৰৱাৰ্ডিং নম্বৰটো সলনি কৰিব পৰা নগ\'ল। \nযদিহে সমস্যাটো সমাধান নহয়, তেন্তে আপোনাৰ বাহকৰ সৈতে যোগাযোগ কৰক।" "চলিত ফৰৱাৰ্ডিং নম্বৰ ছেটিংসমূহ উলিয়াব আৰু ছেভ কৰিব পৰা নগ\'ল।\nযিহ\'লেও নতুন প্ৰদানকাৰীলৈ সলনি কৰিবনে?" "কোনো সালসলনি কৰা নহ\'ল।" "ভইচমেইল সেৱা বাছক" "আপোনাৰ বাহক" "পুৰণি পিন" "নতুন পিন" "অনুগ্রহ কৰি অপেক্ষা কৰক।" "নতুন পিনটো অতিকে চুটি।" "নতুন পিনটো অত্যধিক দীঘল।" "নতুন পিনটো খুবেই দুৰ্বল। এটা জটিল পাছৱৰ্ড সেইটো য\'ত ধাৰাবাহিক বৰ্ণ বা সংখ্যা নাথাকে বা য\'ত একেটা সংখ্যাকে বাৰে বাৰে ব্যৱহাৰ কৰা নহয়।" "পুৰণি পিনটো মিলা নাই।" "নতুন পিনটোত অমান্য বৰ্ণ আছে।" "পিন সলনি কৰিব পৰা নাই" "বাৰ্তাৰ প্ৰকাৰ সমৰ্থিত নহয়, শুনিবলৈ %sত কল কৰক।" "ম’বাইল নেটৱৰ্ক" "উপলব্ধ নেটৱৰ্কসমূহ" "সন্ধান কৰি থকা হৈছে…" "কোনো নেটৱৰ্ক বিচাৰি পোৱা নগ\'ল।" "নেটৱৰ্ক বিচাৰি পোৱা নগ\'ল। আকৌ চেষ্টা কৰক।" "%sৰ লগত পঞ্জীয়ন কৰি থকা হৈছে…" "আপোনাৰ ছিম কাৰ্ডখনে এই নেটৱৰ্কটোৰ সৈতে সংযোগ কৰিবলৈ অনুমতি নিদিয়ে।" "এই মুহূৰ্তত এই নেটৱৰ্কটোৰ সৈতে সংযোগ কৰিব নোৱাৰি। পিছত আকৌ চেষ্টা কৰক।" "নেটৱৰ্কৰ লগত পঞ্জীয়ন কৰা হ’ল।" "স্বয়ংক্ৰিয় বাছনিত ইতিমধ্যে আছে।" "স্বয়ংক্ৰিয়ভাৱে নেটৱৰ্ক বাছনি কৰক" "%1$sলৈ সংযোগ কৰাৰ সময়ত উপলব্ধ নহয়" "নেটৱৰ্ক" "স্বয়ংক্ৰিয় পঞ্জীয়ন…" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ প্ৰকাৰ" "নেটৱৰ্ক অপাৰেটিং ম\'ডটো সলনি কৰক" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ প্ৰকাৰ" "(নিষিদ্ধ)" "নেটৱৰ্ক বাছনি কৰক" "সংযোগ বিচ্ছিন্ন" "সংযোগ কৰা হ’ল" "সংযোগ কৰি থকা হৈছে..." "সংযোগ কৰিব পৰা নগ\'ল" "GSM/WCDMA অগ্ৰাধিকাৰ দিয়া হৈছে" "GSM মাত্ৰ" "WCDMA মাত্ৰ" "GSM/WCDMA স্বয়ংক্ৰিয়" "CDMA/EvDo স্বয়ংক্ৰিয়" "EvDo নোহোৱাকৈ CDMA" "EvDo মাত্ৰ" "CDMA/EvDo/GSM/WCDMA" "CDMA + LTE/EvDo" "GSM/WCDMA/LTE" "গোলকীয়" "এলটিই" "LTE / WCDMA" "TDSCDMA মাত্ৰ" "TDSCDMA/WCDMA" "LTE/TDSCDMA" "TDSCDMA/GSM" "LTE/TDSCDMA/GSM" "TDSCDMA/GSM/WCDMA" "LTE/TDSCDMA/WCDMA" "LTE/TDSCDMA/GSM/WCDMA" "TDSCDMA/CDMA/EVDO/GSM/WCDMA" "LTE/TDSCDMA/CDMA/EVDO/GSM/WCDMA" "কেৱল NR" "NR/LTE" "NR/LTE/CDMA/EvDo" "NR/LTE/GSM/WCDMA" "NR/LTE/CDMA/EvDo/GSM/WCDMA" "NR/LTE/WCDMA" "NR/LTE/TDSCDMA" "NR/LTE/TDSCDMA/GSM" "NR/LTE/TDSCDMA/WCDMA" "NR/LTE/TDSCDMA/GSM/WCDMA" "LTE/TDSCDMA/CDMA/EVDO/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: WCDMA অগ্ৰাধিকাৰ দিয়া হৈছে" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: GSM মাত্ৰ" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: WCDMA মাত্ৰ" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: GSM / WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: CDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: CDMA / EvDo" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: CDMA মাত্ৰ" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: EvDo মাত্ৰ" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: CDMA/EvDo/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: LTE" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: GSM/WCDMA/LTE" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: CDMA+LTE/EVDO" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: LTE/TDSCDMA/CDMA/EvDo/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: গোলকীয়" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: LTE / WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: LTE / GSM / UMTS" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: LTE / CDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: TDSCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: TDSCDMA / WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: LTE / TDSCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: TDSCDMA / GSM" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: LTE/GSM/TDSCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: TDSCDMA/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: LTE/TDSCDMA/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: LTE/TDSCDMA/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: TDSCDMA/CDMA/EvDo/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্ক ম\'ড: LTE/TDSCDMA/CDMA/EvDo/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: কেৱল NR" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: NR / LTE" "অগ্ৰাধিকাৰপ্ৰাপ্ত নেটৱৰ্ক ম’ড: NR/LTE/CDMA/EvDo" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: NR/LTE/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: NR/LTE/CDMA/EvDo/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: NR/LTE/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: NR/LTE/TDSCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: NR/LTE/TDSCDMA/GSM" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: LTE/TDSCDMA/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: LTE/TDSCDMA/GSM/WCDMA" "অগ্ৰাধিকাৰ দিয়া নেটৱৰ্কৰ ম’ড: NR/LTE/TDSCDMA/CDMA/EvDo/GSM/WCDMA" "কলিং" "নেটৱৰ্ক" "পৰিৱৰ্ধিত 4G এলটিই ম’ড" "ধ্বনি আৰু অইন যোগাযোগ উন্নত কৰিবলৈ এলটিই সেৱা ব্যৱহাৰ কৰক (অনুমোদিত)" "ভইচ কল আৰু অন্য যোগাযোগৰ সুবিধাসমূহ উন্নত কৰিবলৈ 4G সেৱাসমূহ ব্যৱহাৰ কৰক (চুপাৰিছ কৰা)" "ডেটা সক্ষম কৰা হ’ল" "ডেটাৰ ব্যৱহাৰৰ অনুমতি দিয়ক" "মন কৰিব" "ৰ\'মিং" "ৰ’মিঙৰ সময়ত ডেটা সেৱাৰ সৈতে সংযোগ কৰক" "ৰ’মিঙৰ সময়ত ডেটা সেৱাৰ সৈতে সংযোগ কৰক" "ডেটা ৰ\'মিং অফ হৈ আছে। অন কৰিবলৈ টিপক" "ৰ’মিং মাচুল প্ৰযোজ্য হ’ব পাৰে। সংশোধন কৰিবলৈ টিপক।" "ম’বাইল ডেটা বিচ্ছিন্ন হৈছে" "ডেটা ৰ’মিং অন আছে" "আপুনি যথেষ্ট পৰিমাণৰ খৰচ বহন কৰিবলগীয়া হ’ব পাৰে।" "দৰ-দাম জানিবলৈ আপোনাৰ বাহকৰ সৈতে যোগাযোগ কৰক।" "ডেটা ৰ\'মিঙৰ অনুমতি দিবনে?" "ছিমৰ সীমিত কাৰ্যকাৰিতা" "%2$s ব্যৱহাৰ কৰি থাকোঁতে %1$sৰ কল আৰু ডেটা সেৱাবোৰ অৱৰোধ কৰা হ’ব পাৰে।" "অন্য এটা ছিম ব্যৱহাৰ কৰি থাকোঁতে %1$sৰ কল আৰু ডেটা সেৱাবোৰ অৱৰোধ কৰা হ’ব পাৰে।" "বন্ধ হৈ যোৱা SIP একাউণ্ট বিচাৰি পোৱা গৈছে আৰু আঁতৰাই পেলোৱা হৈছে" "Android প্লেটফৰ্মত আৰু SIP কলিং ব্যৱহাৰ কৰিব পৰা নাযাব।\nআপোনাৰ পূৰ্বৰে পৰা থকা SIP একাউণ্টসমূহ %s আঁতৰাই পেলোৱা হ’ল।\nঅনুগ্ৰহ কৰি আপোনাৰ ডিফ’ল্ট কলিং একাউণ্টৰ ছেটিং নিশ্চিত কৰক।" "ছেটিঙলৈ যাওক" "এপৰ ডেটা ব্যৱহাৰ" "%1$s ব্যৱহৃত ম’বাইল ডেটা %2$s" "উচ্চখাপৰ ছেটিংসমূহ" "বাহক" "বাহক, ই-ছিম, ছিম, euicc, বাহক সলনি কৰক, বাহক যোগ কৰক" "%1$s%2$s" "ম’বাইল ডেটা" "ম’বাইল নেটৱৰ্ক ব্যৱহাৰ কৰি থাকোঁতে ডেটা ব্যৱহাৰ কৰক" "ম’বাইল ডেটা অফ কৰিবনে?" "বাছনি কৰা প্ৰয়োজন" "ডেটা ছিম সলনি কৰিবনে?" "%2$sৰ সলনি %1$sক ম’বাইল ডেটাৰ বাবে ব্যৱহাৰ কৰিব খোজে নেকি?" "ৱাই-ফাই কলিং" "বাহকৰ ভিডিঅ\' কলিং" "GSM/UMTS বিকল্পসমূহ" "CDMA বিকল্পসমূহ" "ডেটাৰ ব্যৱহাৰ" "চলিত কালত ব্যৱহাৰ কৰা ডেটাৰ পৰিমাণ" "ডেটাৰ ব্যৱহাৰ কাল" "ডেটাৰ হাৰৰ নীতি" "অধিক জানক" "%3$s কালৰ সৰ্বোচ্চ সীমাৰ %1$s (%2$d٪) ব্যৱহাৰ হৈছে\nপৰৱৰ্তী কাল %4$d দিনত আৰম্ভ হ\'ব (%5$s)" "%3$s কালৰ সৰ্বোচ্চ সীমাৰ %1$s (%2$d٪) ব্যৱহাৰ হৈছে" "%1$s সৰ্বোচ্চ সীমা অতিক্ৰম কৰিছে\nডেটা স্থানান্তৰণৰ হাৰ %2$d কেবি/ছে-লৈ কম কৰা হৈছে" "চক্ৰৰ %1$d٪ অতবাহিত হৈছে\nপৰৱৰ্তী কাল %2$d দিনত আৰম্ভ হ\'ব (%3$s)" "ডেটা ব্যৱহাৰৰ সীমা অতিক্ৰম কৰিলে ডেটাৰ হাৰ %1$d কেবি/ছে-লৈ কম কৰা হয়" "আপোনাৰ বাহকৰ ম’বাইল নেটৱৰ্ক ডেটা ব্যৱহাৰৰ নীতিৰ বিষয়ে অধিক তথ্য" "চেল সম্প্ৰচাৰ এছএমএছ" "চেল সম্প্ৰচাৰ এছএমএছ" "চেল সম্প্ৰচাৰ এছএমএছ সক্ষম কৰা হ’ল" "চেল সম্প্ৰচাৰ এছএমএছ অক্ষম কৰা হ’ল" "চেল সম্প্ৰচাৰ এছএমএছ ছেটিংসমূহ" "জৰুৰীকালীন সম্প্ৰচাৰ" "জৰুৰীকালীন সম্প্ৰচাৰ সক্ষম কৰা হ’ল" "জৰুৰীকালীন সম্প্ৰচাৰ অক্ষম কৰা হ’ল" "প্ৰশাসকীয়" "প্ৰশাসকীয় সক্ষম কৰা হ’ল" "প্ৰশাসকীয় অক্ষম কৰা হ’ল" "তত্বাৱধান" "তত্বাৱধান সক্ষম কৰা হ’ল" "তত্বাৱধান অক্ষম কৰা হ’ল" "সাধাৰণ বাতৰি" "ব্যৱসায় আৰু অৰ্থনীতি সম্পৰ্কীয় বাতৰি" "ক্ৰীড়া বাতৰি" "মনোৰঞ্জন সম্পৰ্কীয় বাতৰি" "স্থানীয়" "স্থানীয় বাতৰি সক্ষম কৰা হ’ল" "স্থানীয় বাতৰি অক্ষম কৰা হ’ল" "আঞ্চলিক" "আঞ্চলিক বাতৰি সক্ষম কৰা হ’ল" "আঞ্চলিক বাতৰি অক্ষম কৰা হ’ল" "ৰাষ্ট্ৰীয়" "ৰাষ্ট্ৰীয় বাতৰি সক্ষম কৰা হ’ল" "ৰাষ্ট্ৰীয় বাতৰি অক্ষম কৰা হ’ল" "আন্তঃৰাষ্ট্ৰীয়" "আন্তঃৰাষ্ট্ৰীয় বাতৰি সক্ষম কৰা হ’ল" "আন্তঃৰাষ্ট্ৰীয় বাতৰি অক্ষম কৰা হ’ল" "ভাষা" "বাতৰিৰ ভাষা বাছক" "ইংৰাজী" "ফৰাচী" "স্পেনিশ্ব" "জাপানী" "কোৰিয়ান" "চীনা" "হিব্ৰু" "১" "২" "৩" "৪" "৫" "৬" "৭" "ভাষা" "স্থানীয় বতৰ" "স্থানীয় বতৰ সক্ষম কৰা হ’ল" "স্থানীয় বতৰ অক্ষম কৰা হ’ল" "আঞ্চলিক যান-বাহন গতিবিধি সম্পৰ্কীয় প্ৰতিবেদন" "আঞ্চলিক যান-বাহনৰ গতিবিধি সম্পৰ্কীয় প্ৰতিবেদন সক্ষম কৰা হ’ল" "আঞ্চলিক যান-বাহনৰ গতিবিধি সম্পৰ্কীয় প্ৰতিবেদন অক্ষম কৰা হ’ল" "স্থানীয় বিমান বন্দৰৰ উৰণসূচী" "স্থানীয় বিমান বন্দৰৰ উৰণসূচী সক্ষম কৰা হ’ল" "স্থানীয় বিমান বন্দৰৰ উৰণসূচী অক্ষম কৰা হ’ল" "ৰেষ্টুৰা" "ৰেষ্টুৰাসমূহ সক্ষম কৰা হ’ল" "ৰেষ্টুৰাসমূহ অক্ষম কৰা হ’ল" "থকাৰ ব্যৱস্থা" "থকাৰ ব্যৱস্থা সক্ষম কৰা হ’ল" "থকাৰ ব্যৱস্থা অক্ষম কৰা হ’ল" "খুচুৰা ডাইৰেক্টৰী" "খুচুৰা ডাইৰেক্টৰী সক্ষম কৰা হ’ল" "খুচুৰা ডাইৰেক্টৰী অক্ষম কৰা হ’ল" "বিজ্ঞাপন" "বিজ্ঞাপন সক্ষম কৰা হ’ল" "বিজ্ঞাপন অক্ষম কৰা হ’ল" "ষ্টক ক\'ট" "ষ্টক ক\'ট সক্ষম কৰা হ’ল" "ষ্টক ক\'ট অক্ষম কৰা হ’ল" "সংস্থাপনৰ সুযোগ" "সংস্থাপনৰ সুযোগ সক্ষম কৰা হ’ল" "সংস্থাপনৰ সুযোগ অক্ষম কৰা হ’ল" "চিকিৎসা, স্বাস্থ্য আৰু হস্পিটেল" "চিকিৎসা, স্বাস্থ্য আৰু হস্পিটেল সক্ষম কৰা হ’ল" "চিকিৎসা, স্বাস্থ্য আৰু হস্পিটেল অক্ষম কৰা হ’ল" "প্ৰযুক্তবিদ্যা সম্পৰ্কীয় বাতৰি" "প্ৰযুক্তবিদ্যা সম্পৰ্কীয় বাতৰি সক্ষম কৰা হ’ল" "প্ৰযুক্তবিদ্যা সম্পৰ্কীয় বাতৰি অক্ষম কৰা হ’ল" "বহু-বৰ্গীয়" "বহু-বৰ্গীয় সক্ষম কৰা হ’ল" "বহু-বৰ্গীয় অক্ষম কৰা হ’ল" " (চুপাৰিছ কৰা)" "LTE (অনুমোদিত)" "4G (অনুমোদিত)" "গোলকীয়" "ছিষ্টেম বাছনি" "CDMA ৰ\'মিং ম\'ড সলনি কৰক" "ছিষ্টেম বাছনি" "হ\'ম মাত্ৰ" "স্বয়ংক্ৰিয়" "CDMA গ্ৰাহকভুক্তি" "RUIM/SIM আৰু NVৰ মাজত সলনি কৰক" "গ্ৰাহকভুক্তি" "RUIM/SIM" "NV" "০" "১" "ডিভাইচ সক্ৰিয় কৰক" "ডেটা সেৱা ছেট আপ কৰক" "বাহকৰ ছেটিংসমূহ" "ফিক্সড্ ডায়েলিং নম্বৰসমূহ" "ফিক্সড্ ডায়েলিং নম্বৰসমূহ (%s)" "FDN তালিকা" "FDN তালিকা (%s)" "FDN সক্ৰিয়কৰণ" "ফিক্সড্ ডায়েলিং নম্বৰসমূহ সক্ষম কৰা হ’ল" "ফিক্সড্ ডায়েলিং নম্বৰসমূহ অক্ষম কৰা হ’ল" "FDN সক্ষম কৰক" "FDN অক্ষম কৰক" "PIN2 সলনি কৰক" "FDN অক্ষম কৰক" "FDN সক্ষম কৰক" "ফিক্সড্ ডায়েলিং নম্বৰসমূহ পৰিচালনা কৰক" "FDN প্ৰৱেশৰ বাবে পিন সলনি কৰক" "ফ\'ন নম্বৰৰ তালিকা পৰিচালনা কৰক" "কণ্ঠধ্বনি গোপনীয়তা" "বৰ্ধিত গোপনীয়তা ম\'ড সক্ষম কৰক" "TTY ম\'ড" "TTY ম\'ড ছেট কৰক" "স্বয়ংক্ৰিয় পুনৰ প্ৰয়াস" "স্বয়ংক্ৰিয় পুনৰ প্ৰয়াস সক্ষম কৰক" "ভিডিঅ\' কল চলি থাকোঁতে TTY ম\'ড সলনি কৰিবলৈ অনুমতি দিয়া নহয়" "সম্পর্ক যোগ কৰক" "সম্পৰ্ক সম্পাদনা কৰক" "সম্পৰ্ক মচক" "সম্পৰ্ক ডায়েল কৰক" "PIN2 টাইপ কৰক" "নাম" "সংখ্যা" "ছেভ কৰক" "ফিক্সড্ ডায়েলিং নম্বৰ যোগ কৰক" "ফিক্সড্ ডায়েলিং নম্বৰ যোগ কৰি থকা হৈছে…" "ফিক্সড্ ডায়েলিং নম্বৰ যোগ কৰা হ’ল।" "ফিক্সড্ ডায়েলিং নম্বৰ সম্পাদনা কৰক" "ফিক্সড্ ডায়েলিং নম্বৰ আপডে’ট কৰি থকা হৈছে…" "ফিক্সড্ ডায়েলিং নম্বৰ আপডে’ট কৰা হ’ল।" "ফিক্সড্ ডায়েলিং নম্বৰ মচক" "ফিক্সড্ ডায়েলিং নম্বৰ মচি থকা হৈছে…" "ফিক্সড্ ডায়েলিং নম্বৰ মচা হ’ল।" "আপুনি ভুল পিন টাইপ কৰা কাৰণে FDN আপডে’ট কৰা নহ\'ল।" "নম্বৰটোত%dটাতকৈ বেছি অংক আছে বাবে FDN আপডে\'ট নহ\'ল।" "FDN আপডে’ট কৰা নহ\'ল। PIN2টো ভুল আছিল বা ফ\'নটো নম্বৰটো নাকচ কৰা হৈছে।" "FDN অপাৰেশ্বন বিফল হ’ল।" "ছিম কাৰ্ডৰ পৰা পঢ়ি থকা হৈছে…" "আপোনাৰ ছিম কাৰ্ডত কোনো সম্পৰ্কসূচী নাই।" "আমদানি কৰিবলৈ সম্পৰ্ক বাছনি কৰক" "ছিম কাৰ্ডৰ পৰা সম্পৰ্কসূচী আমদানি কৰিবলৈ এয়াৰপ্লেইন ম\'ড অফ কৰক।" "SIM PIN সক্ষম/অক্ষম কৰক" "ছিমৰ পিন সলনি কৰক" "SIM PIN:" "পুৰণি পিন" "নতুন পিন" "নতুন পিন নিশ্চিত কৰক" "আপুনি লিখা পুৰণি পিনটো শুদ্ধ নহয়। আকৌ চেষ্টা কৰক।" "আপুনি লিখা পিনবিলাক মিলা নাই। আকৌ চেষ্টা কৰক।" "৪টাৰ পৰা ৮টা সংখ্যাযুক্ত এটা পিন লিখক।" "ছিম পিন মচক" "নতুন ছিম পিন ছেট কৰক" "পিন ছেট কৰি থকা হৈছে…" "পিন ছেট কৰা হ’ল" "পিন মচা হ’ল" "ভুল পিন" "পিন আপডে’ট কৰা হ’ল" "ভুল পাছৱৰ্ড। এতিয়া পিন অৱৰোধ কৰা হৈছে। PUK অনুৰোধ কৰা হৈছে।" "PIN2" "পুৰণি PIN2" "নতুন PIN2" "নতুন PIN2 নিশ্চিত কৰক" "PUK2টো ভুল। আকৌ চেষ্টা কৰক।" "পুৰণি PIN2টো ভুল। আকৌ চেষ্টা কৰক।" "PIN2বিলাক মিলা নাই। আকৌ চেষ্টা কৰক।" "৪ৰ পৰা ৮টা সংখ্যাৰ এটা PIN2 নম্বৰ লিখক।" "৮টা সংখ্যাৰ এটা PIN2 নম্বৰ লিখক।" "PIN2 আপডে’ট কৰা হ’ল" "PUK2 ক\'ড দিয়ক" "ভুল পাছৱৰ্ড। এতিয়া PIN2 অৱৰোধ কৰা হ’ল আকৌ চেষ্টা কৰিবলৈ PIN 2 সলনি কৰক।" "ভুল পাছৱৰ্ড। এতিয়া ছিম লক কৰা হৈছে। PUK2 লিখক।" "PUK2 স্থায়ীভাৱে অৱৰোধ কৰা হৈছে।" \n"আপোনাৰ হাতত %dটা প্ৰয়াস বাকী আছে।" "PUK2 লক কৰা আছে। আনলক কৰিবলৈ সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক।" "PIN2 আৰু অৱৰোধ হৈ থকা নাই" "নেটৱৰ্ক বা ছিম কাৰ্ডৰ আসোঁৱাহ।" "হ’ল" "ভইচমেইলৰ নম্বৰ" "ডায়েল কৰা হৈছে" "পুনৰ ডায়েল কৰা হৈছে" "কনফাৰেঞ্চ কল" "অন্তৰ্গামী কল" "কল শেষ হ’ল" "হ\'ল্ডত আছে" "কল সমাপ্ত কৰি থকা হৈছে" "কল চলি আছে" "নতুন ভইচমেইল" "(%d)টা নতুন ভইচমেইল" "ডায়েল %s" "ভইচমেইলৰ নম্বৰ অজ্ঞাত" "কোনো সেৱা নাই" "বাছনি কৰা (%s) নেটৱৰ্কটো উপলব্ধ নহয়" "কল কৰিবৰ কাৰণে ম’বাইল নেটৱৰ্ক অন কৰক, এয়াৰপ্লেইন ম\'ড অফ কৰক বা বেটাৰি সঞ্চয়কাৰী ম\'ড অফ কৰক।" "কল কৰিবৰ কাৰণে এয়াৰপ্লেইন ম\'ড অফ কৰক।" "কল কৰিবৰ কাৰণে এয়াৰপ্লেইন ম\'ড অফ কৰক বা কোনো বেতাঁৰ নেটৱৰ্কৰ সৈতে সংযোগ কৰক।" "ফ’নটো বেছি গৰম হৈছে"\n\n"এই কলটো সম্পূৰ্ণ কৰিব নোৱাৰি। আপোনাৰ ফ’নটো ঠাণ্ডা হোৱাৰ পাছত পুনৰ চেষ্টা কৰক।\n\nআপুনি তথাপি জৰুৰীকালীন কল কৰিব পাৰিব।" "সাধাৰণ কল কৰিবৰ কাৰণে জৰুৰীকালীন কলবেক ম\'ডৰ পৰা বাহিৰ হওক।" "নেটৱৰ্কত পঞ্জীকৃত নহয়।" "ম’বাইল নেটৱৰ্ক উপলব্ধ নহয়।" "ম’বাইল নেটৱৰ্ক উপলব্ধ নহয়। কল কৰিবৰ কাৰণে কোনো বেতাঁৰ নেটৱৰ্কৰ সৈতে সংযোগ কৰক।" "কল কৰিবৰ কাৰণে এটা মান্য নম্বৰ দিয়ক।" "কল বিফল হৈছে" "এই মুহূৰ্তত কল যোগ কৰিব নোৱাৰি। আপুনি এটা বাৰ্তা পঠাই যোগাযোগ কৰিবলৈ চেষ্টা কৰি চাব পাৰে।" "সেৱা ব্যৱহাৰ কৰিব নোৱাৰি" "কল সলনি কৰিব নোৱাৰি।" "কল অব্যাহত ৰাখিব নোৱাৰি।" "কল পৃথক কৰিব নোৱাৰি।" "স্থানান্তৰ কৰিব নোৱাৰি।" "কল একেলগ কৰিব পৰা নগ\'ল" "কল প্ৰত্যাখান কৰিব নোৱাৰি।" "কল(সমূহ) কাটিব নোৱাৰি।" "কলসমূহ হ\'ল্ডত ৰাখিব নোৱাৰি।" "কল কৰিবলৈ কোনো বেতাঁৰ নেটৱৰ্কৰ সৈতে সংযোগ কৰক।" "কল কৰিবৰ কাৰণে ৱাই-ফাই কলিং সুবিধা সক্ষম কৰক।" "জৰুৰীকালীন তথ্য" "গৰাকী" "তথ্য চাবলৈ পুনৰ টিপক" "জৰুৰীকালীন কল" "জৰুৰীকালীন নম্বৰ" "জৰুৰীকালীন নম্বৰসমূহ" "%sত কল কৰিবলৈ আকৌ টিপক" "ৰেডিঅ\' অন কৰা হৈছে…" "কোনো সেৱা নাই। পুনৰ চেষ্টা কৰক…" "জৰুৰীকালীন কল চলি থাকোঁতে এয়াৰপ্লেইন ম\'ডত প্ৰৱেশ কৰিব নোৱাৰি।" "কল কৰিব নোৱাৰি। %s এইটো জৰুৰীকালীন নম্বৰ নহয়।" "কল কৰিব নোৱাৰি। জৰুৰী নম্বৰ এটা ডায়েল কৰক।" "জৰুৰীকালীন কলিঙৰ সুবিধা উপলব্ধ নহয়" "কেৱল ডিভাইচটোৰ গৰাকীয়েহে PIN/PUK ক’ডসমূহ দিব পাৰে।" "পুলিচ" "এম্বুলেঞ্চ" "জুই" "%1$s, %2$s" "ডায়েল কৰিবলৈ কীব\'ৰ্ড ব্যৱহাৰ কৰক" "হ\'ল্ড কৰক" "সমাপ্ত" "ডায়েলপেড" "মিউট" "কল যোগ কৰক" "কল একেলগ কৰক" "বিনিময় কৰক" "কল পৰিচালনা কৰক" "কনফাৰেন্স পৰিচালনা কৰক" "অডিঅ’" "ভিডিঅ\' কল" "আমদানি কৰক" "সকলো আমদানি কৰক" "ছিম সম্পৰ্কসূচীৰ পৰা আমদানি কৰি থকা হৈছে" "সম্পৰ্কসূচীৰ পৰা আমদানি কৰক" "আমদানি কৰা সম্পৰ্কসূচী" "সম্পৰ্ক আমদানি কৰিব পৰা নগ\'ল" "শ্ৰৱণ যন্ত্ৰ" "শ্ৰৱণ যন্ত্ৰ খাপ খুউৱাৰ সুবিধা অন কৰক" "প্ৰকৃত সময়ত বাৰ্তা (RTT) কল" "ভইচ কল চলি থকাৰ সময়ত বাৰ্তা পঠিওৱাৰ অনুমতি দিয়ক" "RTTয়ে বধিৰ বা শ্ৰৱণশক্তি কম থকা, বাকশক্তি সম্পৰ্কীয় দিব্য়াংগ বা কল কৰোঁতে কণ্ঠস্বৰতকৈ অধিক সুবিধাৰ প্ৰয়োজন হোৱা ব্য়ক্তিসকলক সহায় কৰে।<br> <a href=http://support.google.com/mobile?p=telephony_rtt>অধিক জানক</a>\n <br><br> - RTT কলসমূহক বাৰ্তাৰ ট্ৰান্সক্ৰিপ্ট হিচাপে ছেভ কৰা হয়\n <br> - RTT ভিডিঅ\' কলৰ বাবে উপলব্ধ নহয়" "টোকা: ৰ’মিঙত থাকোঁতে RTT উপলব্ধ নহয়" "TTY বন্ধ হৈ আছে" "TTY সম্পূৰ্ণ" "TTY HCO" "TTY VCO" "DTMF ট\'ন" "DTMF ট\'নৰ দৈৰ্ঘ্য নিৰ্ধাৰিত কৰক" "সাধাৰণ" "দীঘল" "নেটৱৰ্ক বাৰ্তা" "আসোঁৱাহ বাৰ্তা" "আপোনাৰ ফ\'নটো সক্ৰিয় কৰক" "আপোনাৰ ফ\'নৰ সেৱা সক্ৰিয় কৰিবলৈ এটা বিশেষ কল কৰা প্ৰয়োজন। \n\nআপোনাৰ ফ\'নটো সক্ৰিয় কৰিবলৈ \"সক্ৰিয় কৰক\"ত টিপাৰ পিছত নিৰ্দেশনাসমূহ শুনক।" "সক্ৰিয় কৰি থকা হৈছে..." "ফ\'নটোৱে আপোনাৰ ম’বাইল ডেটা সেৱা সক্ৰিয় কৰি আছে।\n\nএই কামটো সম্পূৰ্ণ হ\'বলৈ ৫ মিনিট পৰ্যন্ত সময় লাগিব পাৰে।" "সক্ৰিয়কৰণ এৰি যায় নেকি?" "যদিহে আপুনি সক্ৰিয়কৰণ এৰি থৈ যায়, তেন্তে আপুনি কল কৰিব বা ম’বাইল ডেটা নেটৱৰ্কৰ সৈতে সংযোগ কৰিব নোৱাৰিব (যদিও আপুনি ৱাই-ফাই নেটৱৰ্কৰ লগত সংযোগ কৰিব পাৰিব)। আপুনি ফ\'নটো সক্ৰিয় নকৰালৈকে প্ৰতিবাৰে ইয়াক অন কৰোঁতে সক্ৰিয় কৰিবলৈ আপোনাক কোৱা হ\'ব।" "এৰি যাওক" "সক্ৰিয় কৰক" "ফ\'ন সক্ৰিয় কৰা হ’ল।" "সক্ৰিয় কৰোঁতে আসোঁৱাহৰ সৃষ্টি হৈছে" "যেতিয়ালৈ সক্ৰিয়কৰণ সম্পূৰ্ণ হ’ল বুলি কোৱা নুশুনে তেতিয়ালৈকে কথিত নিৰ্দেশনাসমূহ পালন কৰক।" "স্পীকাৰ" "আপোনাৰ ফ\'নটো প্ৰ\'গ্ৰাম কৰিব পৰা নগ\'ল…" "আপোনাৰ ফ\'নটো প্ৰ\'গ্ৰাম কৰিব পৰা নগ\'ল" "আপোনাৰ ফ\'নটো এতিয়া সক্ৰিয় কৰা হ’ল। সেৱা আৰম্ভ হ\'বলৈ ১৫ মিনিট পৰ্যন্ত সময় লাগিব পাৰে।" "আপোনাৰ ফ\'নটো সক্ৰিয় কৰিব পৰা নগ\'ল। \nআপুনি হয়তো ভাল ছিগনেল পাব পৰা কোনো ঠাই বিচাৰিবলগীয়া হ\'ব পাৰে (খিৰিকিৰ কাষত বা ঘৰৰ বাহিৰত)। \n\nআকৌ চেষ্টা কৰক বা অধিক বিকল্পৰ বিষয়ে জানিবলৈ গ্ৰাহক সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।" "অত্যধিক SPC বিফলতা" "উভতি যাওক" "আকৌ চেষ্টা কৰক" "পৰৱৰ্তী" "EcmExitDialog" "জৰুৰীকালীন কলবেক ম\'ডত প্ৰৱেশ কৰা হ’ল" "জৰুৰীকালীন কলবেক ম\'ড" "ডেটা সংযোগ অক্ষম কৰা হ’ল" "%sলৈকে কোনো ডেটা সংযোগ নাথাকে" %s মিনিটৰ বাবে ফ\'নটো জৰুৰীকালীন কলবেক ম\'ডত থাকিব। এই ম\'ডত থাকোঁতে ডেটা সংযোগ দৰকাৰ হোৱা কোনো এপ্ ব্যৱহাৰ কৰিব নোৱাৰি। আপুনি এতিয়া বাহিৰ হ\'ব খোজে নেকি? %s মিনিটৰ বাবে ফ\'নটো জৰুৰীকালীন কলবেক ম\'ডত থাকিব। এই ম\'ডত থাকোঁতে ডেটা সংযোগ দৰকাৰ হোৱা কোনো এপ্ ব্যৱহাৰ কৰিব নোৱাৰি। আপুনি এতিয়া বাহিৰ হ\'ব খোজে নেকি? বাছনি কৰা কাৰ্যকলাপটো জৰুৰীকালীন কলবেক ম\'ডত উপলব্ধ নহয়। ফ\'নটো এই ম\'ডত %s মিনিটৰ বাবে থাকিব। আপুনি এতিয়া বাহিৰ হ\'ব খোজে নেকি? বাছনি কৰা কাৰ্যকলাপটো জৰুৰীকালীন কলবেক ম\'ডত উপলব্ধ নহয়। ফ\'নটো এই ম\'ডত %s মিনিটৰ বাবে থাকিব। আপুনি এতিয়া বাহিৰ হ\'ব খোজে নেকি? "জৰুৰীকালীন কল চলি থকাৰ সময়ত বাছনি কৰা কাৰ্যটো উপলব্ধ নহয়।" "জৰুৰীকালীন কলবেক ম\'ডৰ পৰা প্ৰস্থান কৰা হৈছে" "হয়" "নহয়" "অগ্ৰাহ্য কৰক" "ফ’নটো জৰুৰীকালীন কলবেক ম’ডত আছে" "%s পৰ্যন্ত" ফ’নটো %s মিনিটৰ বাবে জৰুৰীকালীন কলবেক ম’ডত থাকিব।\nআপুনি এতিয়া বাহিৰ হ’বলৈ বিচাৰে নেকি? ফ’নটো %s মিনিটৰ বাবে জৰুৰীকালীন কলবেক ম’ডত থাকিব।\nআপুনি এতিয়া বাহিৰ হ’বলৈ বিচাৰে নেকি? "সেৱা" "ছেট আপ কৰক" "<ছেট কৰা হোৱা নাই>" "অইন কল ছেটিংসমূহ" "%sৰ জৰিয়তে কল কৰক" "সম্পৰ্কৰ ফট\'" "গোপন কৰক" "সম্পৰ্ক বাছনি কৰক" "ভইচ কলিং কৰাৰ সুবিধা নাই" "ডায়েল" "ডায়েলপেড দেখুৱাওক" "জৰুৰীকালীন ডায়েলপেড" "দৃশ্যগত ভইচমেইল" "পিন ছেট কৰক" "পিন সলনি কৰক" "ৰিংট’ন আৰু কম্পন" "বিল্ট-ইন ছিম কাৰ্ড" "ভিডিঅ\' কলিং অন কৰক" "আপুনি ভিডিঅ\' কলিং অন কৰিবলৈ নেটৱৰ্ক ছেটিংসমূহত পৰিৱৰ্ধিত 4G এলটিই ম’ড সক্ষম কৰিব লাগিব।" "নেটৱৰ্ক ছেটিংসমূহ" "বন্ধ কৰক" "জৰুৰীকালীন কল" "জৰুৰীকালীন কল মাত্ৰ" "ছিম কাৰ্ড, শ্লট: %s" "সাধ্য সুবিধাসমূহ" "এওঁৰ পৰা ৱাই-ফাই কল আহিছে" "ৱাই-ফাই কল" "খুলিবলৈ পুনৰাই টিপক" "বাৰ্তাটো ডিক\'ড কৰোঁতে আসোঁৱাহৰ সৃষ্টি হৈছিল।" "এখন ছিম কাৰ্ডে আপোনাৰ সেৱাসমূহ সক্ৰিয় কৰিছে আৰু আপোনাৰ ফ\'নটোৰ ৰ\'মিং সক্ষমতাসমূহো আপডে’ট কৰিছে।" "কেইবাটাও কল ইতিমধ্যে সক্ৰিয় হৈ আছে। নতুন কল এটা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সেইবোৰ একেলগ কৰক বা সমাপ্ত কৰক।" "সংযোগ কৰিব পৰা নাই, অনুগ্ৰহ কৰি এখন মান্য ছিম কাৰ্ড ভৰাওক।" "ৱাই-ফাইৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। কলৰ অন্ত পৰিছে।" "বেটাৰি কম থকাৰ বাবে ভিডিঅ\' কল কৰিব নোৱাৰি।" "বেটাৰি কম থকাৰ বাবে ভিডিঅ\' কলৰ অন্ত পৰিছে।" "এই অৱস্থানটোত ৱাই-ফাই কলিঙৰ জৰিয়তে জৰুৰীকালীন কল কৰাৰ সুবিধা উপলব্ধ নহয়।" "এই অৱস্থানটোত ৱাই-ফাই কলিং উপলব্ধ নহয়।" "ভইচমেইলৰ পিন সলনি কৰক" "অব্যাহত ৰাখক" "বাতিল কৰক" "ঠিক" "আপোনাৰ পুৰণি পিন নিশ্চিত কৰক" "অব্যাহত ৰাখিবলৈ আপোনাৰ ভইচমেইল পিনটো দিয়ক।" "এটা নতুন পিন ছেট কৰক" "পিন %1$d-%2$d অংকৰ হ\'বই লাগিব।" "আপোনাৰ পিন নিশ্চিত কৰক" "পিনসমূহ মিলা নাই" "ভইচমেইল পিন আপডে’ট কৰা হ’ল" "পিন ছেট কৰিব পৰা নাই" "ডেটা ৰ\'মিং অফ কৰি থোৱা আছে" "ডেটা ৰ\'মিং অন কৰি থোৱা আছে" "বৰ্তমান ৰ\'মিঙত আছে, ডেটা আঁচনিৰ প্ৰয়োজন" "বৰ্তমান ৰ\'মিঙত আছে, ডেটা আঁচনি সক্ৰিয় হৈ আছে" "কোনো ম’বাইল ডেটা বাকী ৰোৱা নাই" "কোনো ম’বাইল ডেটা বাকী ৰোৱা নাই" "%sৰ জৰিয়তে ম’বাইল ডেটা যোগ কৰক" "কোনো ৰ\'মিং আঁচনি নাই" "%sৰ জৰিয়তে ৰ\'মিং আঁচনি যোগ কৰক" "আপুনি আপোনাৰ বাহক %sৰ জৰিয়তে ম’বাইল ডেটা বা ৰ\'মিং আঁচনি যোগ কৰিব পাৰে।" "ডেটা যোগ কৰেনে?" "আপুনি %sৰ জৰিয়তে ডেটা যোগ কৰিবলগীয়া হ\'ব পাৰে" "ডেটা যোগ কৰক" "বাতিল কৰক" "কল শেষ হ’ল" "এয়াৰপ্লেইন ম\'ড অন হৈ আছে" "ছিম কাৰ্ডত প্ৰৱেশ কৰিব পৰা নাই" "ম’বাইল নেটৱৰ্ক উপলব্ধ নহয়" "আপুনি ডায়েল কৰিব খোজা ফ\'ন নম্বৰত আসোঁৱাহ আছে। আসোঁৱাহ ক\'ড ১।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৩।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৬।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৮।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ১৬।" "ব্যৱহাৰকাৰী ব্যস্ত হৈ আছে" "ব্যৱহাৰকাৰীয়ে কোনো সঁহাৰি দিয়া নাই" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ১৯।" "কল নাকচ কৰা হৈছে" "নম্বৰ সলনি হৈছে" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ২৫।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ২৬।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ২৭।" "অমান্য নম্বৰ ফৰমেট (অসম্পূৰ্ণ নম্বৰ)" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ২৯।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৩০।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৩১।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৩৪।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৩৮।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৪১।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৪২।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৪৩।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৪৪।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৪৭।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৪৯।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৫০।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৫৫।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৫৭।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৫৮।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৬৩।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৬৫।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৬৮।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৬৯।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৭০।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৭৯।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৮১।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৮৭।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৮৮।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৯১।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৯৫।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৯৬।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৯৭।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৯৮।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ৯৯।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ১০০।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ১০১।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ১০২।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ১১১।" "কলটো সম্পূৰ্ণ কৰিব পৰা নগ\'ল। আসোঁৱাহ ক\'ড ১২৭।" "কল প্ৰতিবন্ধকতা" "অন" "অফ" "সকলো বহিৰ্গামী" "সকলো বহিৰ্গামী কল অৱৰোধ কৰাটো অক্ষম কৰিবনে?" "সকলো বহিৰ্গামী কল অৱৰোধ কৰিবনে?" "আন্তঃৰাষ্ট্ৰীয় বহিৰ্গামী" "আন্তঃৰাষ্ট্ৰীয় বহিৰ্গামী কল অৱৰোধ কৰাটো অক্ষম কৰিবনে?" "আন্তঃৰাষ্ট্ৰীয় বহিৰ্গামী কল অৱৰোধ কৰিবনে?" "আন্তঃৰাষ্ট্ৰীয় বহিৰ্গামী ৰ\'মিং" "আন্তঃৰাষ্ট্ৰীয় বহিৰ্গামী ৰ\'মিং অৱৰোধ কৰাটো অক্ষম কৰিবনে?" "আন্তঃৰাষ্ট্ৰীয় বহিৰ্গামী ৰ\'মিং অৱৰোধ কৰিবনে?" "সকলো অন্তৰ্গামী" "সকলো অন্তৰ্গামী কল অৱৰোধ কৰাটো অক্ষম কৰিবনে?" "সকলো অন্তৰ্গামী কল অৱৰোধ কৰিবনে?" "অন্তৰ্গামী আন্তঃৰাষ্ট্ৰীয় ৰ\'মিং" "অন্তৰ্গামী আন্তঃৰাষ্ট্ৰীয় ৰ\'মিং অৱৰোধ কৰাটো অক্ষম কৰিবনে?" "অন্তৰ্গামী আন্তঃৰাষ্ট্ৰীয় ৰ\'মিং অৱৰোধ কৰিবনে?" "সকলো নিষ্ক্ৰিয় কৰক" "সকলো কল প্ৰতিবন্ধক ছেটিং নিষ্ক্ৰিয় কৰক" "কল প্ৰতিবন্ধক নিষ্ক্ৰিয় কৰা হ’ল" "পাছৱৰ্ড সলনি কৰক" "কল প্ৰতিবন্ধক পাছৱৰ্ড সলনি কৰক" "কল প্ৰতিবন্ধক পাছৱৰ্ড সলনি কৰিব নোৱাৰি" "পাছৱৰ্ডসমূহ মিলা নাই" "৪টা সংখ্যাৰ এটা পাছৱৰ্ড লিখক" "পাছৱৰ্ড সলনি কৰা হ’ল" "পুৰণি পাছৱৰ্ড" "নতুন পাছৱৰ্ড" "পাছৱৰ্ড নিশ্চিত কৰক" "পাছৱৰ্ড দিয়ক" "কল প্ৰতিবন্ধক ছেটিংসমূহ" "নেটৱৰ্ক ব্যস্ত। অনুগ্ৰহ কৰি কিছুসময় পিছত আকৌ কল কৰাৰ চেষ্টা কৰক।" "নেটৱর্ক ব্যস্ত আছে। সহায়তাৰ বাবে আপোনাৰ ম\'বাইল অ\'পাৰেটৰৰ সৈতে যোগাযোগ কৰক।" "কলটো বিচ্যুত কৰা হৈছে।" "কলটো ফৰৱাৰ্ড কৰা হ’ল।" "কল অপেক্ষাৰত।" "নম্বৰ অৱৰোধ প্ৰত্যাখান কৰা হৈছে।" "আৱদ্ধ ব্যৱহাৰকাৰীৰ দলৰ কল" "অন্তৰ্গামী কল প্ৰতিবন্ধিত কৰি থোৱা হৈছে।" "বহিৰ্গামী কল প্ৰতিবন্ধিত কৰি থোৱা হৈছে।" "কল ফৰৱাৰ্ডিং সক্ৰিয় হৈ আছে।" "অতিৰিক্ত কল ফৰৱাৰ্ড কৰা হ’ল।" "অশালীন কলৰ স্থানান্তৰণ সম্পূৰ্ণ হৈছে।" "অশালীন কলৰ স্থানান্তৰণ চলি আছে।" "কল হ\'ল্ডত আছে।" "কল পুনৰ আৰম্ভ কৰা হৈছে।" "কলটো বিচ্যুত কৰা হৈছে।" "ফৰৱাৰ্ড কৰা কল।" "কনফাৰেঞ্চ কলত অংশ গ্ৰহণ কৰিবলৈ লোৱা হৈছে।" "হ’ল্ড কৰি থোৱা কলটো মুকলি কৰি দিয়া হ’ল।" "ডিভাইচটোত বৰ্তমান তৃতীয় পক্ষৰ পৰিচালনাৰ সুবিধা সক্ষম থকাৰ বাবে কল কৰিব নোৱাৰি।" "অইন এটা বহিৰ্গামী কল ডায়েল কৰি থকাৰ কাৰণে বেলেগ কল কৰিব নোৱাৰি।" "বেলেগ কল কৰিব নোৱাৰি, কাৰণ এটা অন্তৰ্গামী কল এতিয়াও সক্ৰিয় হৈ আছে যাৰ উত্তৰ দিয়া হোৱা নাই। নতুন কল এটা কৰাৰ আগেয়ে সেই কলটোৰ উত্তৰ দিয়ক বা কলটো প্ৰত্যাখ্যান কৰক।" "কোনো কল কৰিব নোৱাৰি কাৰণ ro.telephony.disable-call ছিষ্টেম প্ৰ’পাৰ্টি ব্যৱহাৰ কৰি কল কৰাৰ সুবিধা অক্ষম কৰা হৈছে।" "কোনো কল কৰিব নোৱাৰি কাৰণ ইতিমধ্যে দুটা বেলেগ কল চলি আছে। নতুন এটা কল কৰাৰ আগেয়ে সেই দুটাৰ ভিতৰত এটাৰ সংযোগ বিচ্ছিন্ন কৰক বা কল দুটা একত্ৰিত কৰি এটা কনফাৰেন্স কললৈ সলনি কৰক।" "%s ব্যৱহাৰ কৰিবলৈ ম’বাইল ডেটা অন হৈ থকাটো নিশ্চিত কৰক। আপুনি ম’বাইল নেটৱৰ্ক ছেটিংসমূহ-লৈ গৈ ইয়াক সলনি কৰিব পাৰে।" "%s ব্যৱহাৰ কৰিবলৈ ম’বাইল ডেটা আৰু ডেটা ৰ’মিং অন হৈ থকাটো নিশ্চিত কৰক। আপুনি ম’বাইল নেটৱৰ্ক ছেটিংসমূহ-লৈ গৈ ইয়াক সলনি কৰিব পাৰে।" "%1$s ব্যৱহাৰ কৰিবলৈ %2$d ছিমত ম’বাইল ডেটা অন হৈ থকাটো নিশ্চিত কৰক। আপুনি ম’বাইল নেটৱৰ্ক ছেটিংসমূহ-লৈ গৈ ইয়াক সলনি কৰিব পাৰে।" "%1$s ব্যৱহাৰ কৰিবলৈ %2$d ছিমত ম’বাইল ডেটা আৰু ডেটা ৰ’মিং অন হৈ থকাটো নিশ্চিত কৰক। আপুনি ম’বাইল নেটৱৰ্ক ছেটিংসমূহ-লৈ গৈ ইয়াক সলনি কৰিব পাৰে।" "অগ্ৰাহ্য কৰক" "ডেটা সংযোগ সক্ৰিয় কৰক" "ডেটা সংযোগ নিষ্ক্ৰিয় কৰক" "VoLTE প্ৰ’ভিজন কৰা হৈছে" "ভিডিঅ’ কলিং প্ৰ’ভিজন কৰা হৈছে" "ৱাইফাই কলিং প্ৰ\'ভিজন কৰা হৈছে" "EAB/উপস্থিতিক প্ৰ’ভিজন কৰা হৈছে" "Cbrs ডেটা" "DSDS সক্ষম কৰক" "ডিভাইচটো ৰিষ্টার্ট কৰিবনে?" "আপুনি এই ছেটিংটো সলনি কৰিবলৈ আপোনাৰ ডিভাইচটো ৰিষ্টার্ট কৰিব লাগিব।" "ৰিষ্টাৰ্ট কৰক" "বাতিল কৰক" "ম’বাইলৰ ৰেডিঅ’ পাৱাৰ" "ছিম ঠিকনা সূচী চাওক" "ফিক্সড্ ডায়েলিং নম্বৰসমূহ চাওক" "সেৱা ডায়েলিং নম্বৰসমূহ চাওক" "IMS সেৱাৰ স্থিতি" "IMSৰ স্থিতি" "পঞ্জীকৃত" "পঞ্জীকৃত নহয়" "উপলব্ধ" "উপলব্ধ নহয়" "IMS পঞ্জীয়ন: %1$s\nভইচ অভাৰ LTE: %2$s\nভইচ অভাৰ ৱাই-ফাই: %3$s\nভিডিঅ’ কলিং: %4$s\nUT ইণ্টাৰফে’চ: %5$s" "সেৱাত আছে" "সেৱাত নাই" "কেৱল জৰুৰীকালীন কলসমূহ" "ৰেডিঅ’ অফ হৈ আছে" "ৰ’মিং" "ৰ’মিঙত নাই" "নিষ্ক্ৰিয়" "ৰিং হৈ আছে" "কল চলি আছে" "সংযোগ বিচ্ছিন্ন হৈছে" "সংযোগ কৰি থকা হৈছে" "সংযোগ কৰা হ’ল" "নিলম্বন কৰা হৈছে" "অজ্ঞাত" "পিকেটিএছ" "বাইটসমূহ" "ডিবিএম" "এএছইউ" "LAC" "CID" "বৰ্তমানৰ ছাবআইডি:" "ডিফ’ল্ট ডেটা ছিমৰ ছাবআইডি:" "DL বেণ্ডৱিথ (কেবিপিএছ):" "UL বেণ্ডৱিথ (কেবিপিএছ):" "LTE ফিজিকেল চেনেলৰ কনফিগাৰেশ্বন:" "চেল তথ্য ৰিফ্ৰেশ্বৰ হাৰ:" "সকলো চেল পৰিমাপৰ তথ্য:" "ডেটা সেৱা:" "ৰ’মিং:" "IMEI:" "কল ৰিডাইৰেক্ট কৰক:" "বুট কৰাৰ পাছত PPP ৰিছেট কৰাৰ সংখ্যা:" "বৰ্তমানৰ নেটৱৰ্ক:" "লাভ কৰা ডেটা:" "ভইচ সেৱা:" "সংকেতৰ ক্ষমতা:" "ভইচ কলৰ স্থিতি:" "প্ৰেৰণ কৰা ডেটা:" "বাৰ্তা অপেক্ষাৰত:" "ফ’ন নম্বৰ:" "ৰেডিঅ’ বেণ্ড বাছনি কৰক" "ভইচ নেটৱৰ্কৰ প্ৰকাৰ:" "ডেটা নেটৱৰ্কৰ প্ৰকাৰ:" "ফ’নৰ ইনডেক্স বাছনি কৰক" "পচন্দৰ নেটৱৰ্কৰ প্ৰকাৰ ছেট কৰক:" "হ\'ষ্টনাম(www.google.com) IPv4 পিং কৰক:" "হ\'ষ্টনাম(www.google.com) IPv6 পিং কৰক:" "HTTP ক্লায়েণ্ট পৰীক্ষা:" "পিং পৰীক্ষা কৰক" "SMSC:" "আপডে’ট কৰক" "ৰিফ্ৰেশ্ব কৰক" "DNS পৰীক্ষা ট’গল কৰক" "OEM বিশেষক তথ্য/ছেটিংসমূহ" "EN-DC উপলব্ধ:" "DCNR প্ৰতিবন্ধিত:" "NR উপলব্ধ:" "NR স্থিতি:" "NR ফ্ৰিকুৱেন্সী:" "ৰেডিঅ’ৰ বেণ্ড ম’ড ছেট কৰক" "বেণ্ড সূচীখন ল’ড কৰি থকা হৈছে…" "ছেট কৰক" "বিফল" "সফল" "টেবলেটৰ তথ্য" "ফ\'নৰ তথ্য" "বাহকৰ প্ৰ’ভিজনিং তথ্য" "বাহকৰ প্ৰ’ভিজনিং সূচনা কৰক" "আপোনাৰ ব্লুটুথৰ ছিগনেল দুৰ্বল। স্পীকাৰফ’নলৈ সলনি কৰি চাওক।" "কলৰ গুণগত মানৰ জাননী" "বন্ধ হৈ যোৱা SIP একাউণ্ট"