"ছিষ্টেম ৱাই-ফাইৰ উৎসসমূহ" "পাছৱৰ্ড অবিহনে সংযোগ কৰিবপৰা ৱাই-ফাই নেটৱর্কৰ সৈতে সংযোগ কৰক" "ৱাই-ফাই নেটৱৰ্কৰ সৈতে সংযোগ কৰি থকা হৈছে" "ৱাই-ফাই নেটৱৰ্কৰ সৈতে সংযোগ কৰা হ’ল" "ৱাই-ফাই নেটৱৰ্কৰ সৈতে সংযোগ কৰিবপৰা নগ\'ল" "সকলো নেটৱৰ্ক চাবলৈ টিপক" "সংযোগ কৰক" "সকলো নেটৱৰ্ক" "নেটৱৰ্কৰ স্থিতি" "নেটৱৰ্ক সম্পৰ্কীয় সতৰ্কবাণী" "নেটৱৰ্ক উপলব্ধ" "পৰামর্শ হিচাপে পোৱা নেটৱর্কবোৰক অনুমতি দিবনে?" "%sএ পৰামর্শ হিচাপে দিয়া নেটৱর্কবোৰ। ডিভাইচটো স্বয়ংক্ৰিয়ভাৱে সংযোগ হ\'ব পাৰে।" "অনুমতি দিয়ক" "নালাগে, ধন্যবাদ" "%s ৱাই-ফাইৰ সৈতে সংযোগ কৰিবনে?" "এই নেটৱৰ্কটোৱে এটা ছিম আইডি পায়, যিটো ডিভাইচৰ অৱস্থান ট্ৰেক কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি" "সংযোগ কৰক" "সংযোগ নকৰিব" "সংযোগ নিশ্চিত কৰিবনে?" "আপুনি যদি সংযোগ কৰে, %sৰ ৱাই-ফাই নেটৱৰ্কসমূহে আপোনাৰ ছিমৰ সৈতে জড়িত এটা সুকীয়া আইডি এক্সেছ কৰিব অথবা সেইটো শ্বেয়াৰ কৰিব পাৰে। এইটোৱে আপোনাৰ ডিভাইচটোৰ অৱস্থান ট্ৰেক কৰাৰ অনুমতি দিব পাৰে।" "সংযোগ কৰক" "সংযোগ নকৰিব" "ৱাই-ফাই স্বয়ংক্ৰিয়ভাৱে অন হ\'ব" "যেতিয়া আপুনি ছেভ কৰি থোৱা উচ্চ মানৰ নেটৱৰ্কৰ কাষত থাকে" "পুনৰাই অন নকৰিব" "ৱাই-ফাই স্বয়ংক্ৰিয়ভাৱে অন কৰা হ’ল" "আপুনি ছেভ কৰি থোৱা নেটৱৰ্ক এটাৰ কাষত আছে: %1$s" "ৱাই-ফাইৰ লগত সংযোগ কৰিব পৰা নগ\'ল" " ইণ্টাৰনেট সংযোগ যথেষ্ট দুর্বল।" "সংযোগ কৰাৰ অনুমতি দিবনে?" "%1$s এপ্লিকেশ্বনটোৱে ৱাই-ফাই নেটৱৰ্ক %2$sৰ সৈতে সংযুক্ত হ\'ব বিচাৰিছে" "এপ্লিকেশ্বন" "স্বীকাৰ কৰক" "প্ৰত্যাখ্যান কৰক" "ঠিক আছে" "আমন্ত্ৰণ পঠোৱা হ’ল" "সংযোগ হ\'বলৈ আমন্ত্ৰণ" "প্ৰেৰক:" "প্ৰতি:" "প্ৰয়োজনীয় পিন নম্বৰটো লিখক:" "পিন:" "টি.ভি.টো %1$s লৈ সংযোগ হৈ থকাৰ অৱস্থাত অস্থায়ীভাৱে ৱাই-ফাইৰ পৰা সংযোগ বিচ্ছিন্ন হ\'ব" "আপোনাৰ Android TV ডিভাইচটো %1$sৰ লগত সংযোগ হ’লে অস্থায়ীভাৱে ৱাই-ফাইৰ পৰা সংযোগ বিচ্ছিন্ন হ’ব" "ফ\'নটো %1$s লৈ সংযোগ হ\'লে ৱাই-ফাইৰ পৰা কিছু সময়ৰ বাবে সংযোগ স্বীকাৰ বিচ্ছিন্ন হ\'ব" "ঠিক আছে" "%1$sৰ সৈতে সংযোগ কৰিব নোৱাৰি" "গোপনীয়তাৰ ছেটিংসমূহ সলনি কৰিবলৈ আৰু পুনৰ চেষ্টা কৰিবলৈ টিপক" "গোপনীয়তাৰ ছেটিংটো সলনি কৰিবনে?" "সংযোগ কৰিবলৈ %1$sএ আপোনাৰ ডিভাইচৰ MAC ঠিকনাটো, এটা সুকীয়া চিনাক্তকাৰী ব্যৱহাৰ কৰিব লাগে। বৰ্তমান, এই নেটৱৰ্কটোৰ বাবে আপোনাৰ গোপনীয়তাৰ ছেটিঙে এটা যাদৃচ্ছিক চিনাক্তকাৰী ব্যৱহাৰ কৰে। \n\nএই সালসলনিয়ে নিকটৱৰ্তী ডিভাইচসমূহক আপোনাৰ ডিভাইচটোৰ অৱস্থান ট্ৰেক কৰাৰ অনুমতি দিব পাৰে।" "ছেটিংটো সলনি কৰক" "ছেটিংটো আপডে’ট হ’ল। পুনৰ সংযোগ কৰিবলৈ চেষ্টা কৰক।" "গোপনীয়তাৰ ছেটিংটো সলনি কৰিব নোৱাৰি" "নেটৱৰ্ক বিচাৰ পোৱা নগ’ল" "%1$s : ইএপি বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ সম্পর্কীয় আসোঁৱাহ 32760" "%1$s : ইএপি বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ সম্পর্কীয় আসোঁৱাহ 32761" "%1$s : ইএপি বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ সম্পর্কীয় আসোঁৱাহ 32762" "%1$s : ইএপি বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ সম্পর্কীয় আসোঁৱাহ 32763" "%1$s : ইএপি বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ সম্পর্কীয় আসোঁৱাহ 32764" "%1$s : ইএপি বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ সম্পর্কীয় আসোঁৱাহ 32765" "%1$s : ইএপি বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ সম্পর্কীয় আসোঁৱাহ 32766" "হটস্পট অফ কৰা হ’ল" "কোনো ডিভাইচ সংযোগ কৰা হোৱা নাই। সংশোধন কৰিবলৈ টিপক।" "ৱাই-ফাই সংযোগ বিচ্ছিন্ন হৈছে" "%1$sৰ সৈতে সংযোগ কৰিবলৈ এখন %2$s ছিম ভৰাওক"